Prohelika By Neel Akash Lyrics || Trion Mahanta || Assamese Songs Lyrics - Neel Akash Lyrics
| Singer | Neel Akash |
| Singer | Trion Mahanta |
| Song Writer | Sushanta Mon |
প্ৰহেলিকা
পলে পলে
খোজে খোজে
কি আলোড়ন
প্ৰেমৰে
প্রানে প্রানে
উকা উকা মনে
দোহাৰে
বিচাৰি সচাঁ
আহে যোৱা
বিচাৰি মিছা
পায় তোমাক
প্ৰহেলিকা তোমাৰ মন
সুখী হৈ দিলাহি
দুখতে সুখে ঢালি
আঁতৰি গলাগৈ
কিহৰে মায়া দি
এতিয়া কি সতে সামৰো
মৰম বোৰ
তোমাৰে মৰমক
বিচাৰি সচাঁ আহে যোৱা
বিচাৰি মিছা
পায় তোমাক
প্ৰহেলিকা তোমাৰ মন
পলে পলে
খোজে খোজে
কি আলোড়ন
প্ৰেমৰে
প্রানে প্রানে
উকা উকা মনে
দোহাৰে........।




