Song- Tumi Aru Moi
Singer - Neel Akash & Subasana Dutta
Lyrics & Music - Ajoy Phukan
Music Produce- Palash Gogoi
গোলাপৰ পাহি যেন কোমলিয়া মৰম
কলিজাত সানি দিম তোমাকে
ও ৰিমঝিম প্ৰেমৰে
বৰষুণ বোৱাই লম
দেহে দেহে খেলিব পৰা নাই
গোলাপৰ পাহি যেন কোমলিয়া মৰম
কলিজাত সানি দিম তোমাকে
পাহাৰৰে জুৰিটি হৈ বৈ যাম
তুমি আৰু মই
অনুভবি বতাহে বতাহে
অসিমত বিলিন হম
তুমি আৰু মই
ডাৱৰে ডাৱৰে উৰি যাম
মৰম সিমনালৈ
তুমি তুমি তুমি আৰু মই
তুমি তুমি তুমি আৰু মই
তুমি তুমি তুমি আৰু মই
আকাশৰে নীলা হৈ ৰম আকাশতে
তুমি আৰু মই
সাগৰৰে নীলিমা হম সাগৰতে
তুনি আৰু মই
আকাশৰে নীলা হৈ ৰম আকাশতে
তুমি আৰু মই
সাগৰৰে নীলিমা হম সাগৰতে
তুনি আৰু মই
সৌ পাহাৰৰে জুৰিটি হৈ
বৈ যাম তুমি আৰু মই
অনুভবি বতাহে বতাহে
উৰি বিলিন হম
তুমি আৰু মই
ঢৌৱে ঢৌৱে উটি যাম
যৌৱন মোহনালৈ
তুমি তুমি তুমি আৰু মই
তুমি তুমি তুমি আৰু মই
তুমি তুমি তুমি আৰু মই
সপোনৰ দেশৰে ৰজা ৰানী হম
তুমি আৰু মই
কল্পনাৰে কাৰেংত মৰমেৰে জীৰাম
তুমি আৰু মই
সৌ পাহাৰৰে জুৰিটি হৈ বৈ যাম
তুমি আৰু মই
অনুভবি বতাহে বতাহে
উৰি বিলিন হম
তুমি আৰু মই
ও ডাৱৰে ডাৱৰে
উৰি যাম সীমনালৈ
তুমি তুমি তুমি আৰু মই
তুমি তুমি তুমি আৰু মই
তুমি তুমি তুমি আৰু মই
তুমি তুমি তুমি আৰু মই

No comments:
Post a Comment