Assamese Songs Lyrics

A premier Blog for Assamese Songs Lyrics

Showing posts with label MOBILE THEATRE. Show all posts
Showing posts with label MOBILE THEATRE. Show all posts

Monday, August 27, 2018

PRIYOTOMA | ZUBEEN GARG | GAYATRI MAHANTA | BARDOISILA THEATER 2018-19 | ASSAMESE SONG LYRICS

Song: Priyotoma (প্ৰিয়তমা)
Singer:- Zubeen Garg & Gayatri Mahanta
Music Director:- Ajoy Phukan
Music Producer:- Palash Gogoi
Lyrics:- Abhijit Bhattacharya & Ajoy Phukan.
Album:- Bardoisila Theater 2018-19

(গুন গুন কাণে কাণে প্ৰীয়াৰে গান
গুণ গুণ গানে গানে নাচিছে প্ৰাণ
চুন চুন চুন চুন বুকুযে উমান
তেজে তেজে লাজৰে অভিমান)

প্ৰীয়তমা প্ৰীয়তমা এবাৰ হাঁহি দিয়ানা
জোন হৈ জ্বলি ৰ'ম চকুত
জোন হৈ জ্বলি ৰ'ম চকুত
প্ৰীয়তমা প্ৰীয়তমা মৰম এধানি লোৱানা
ফুল হৈ ফুলি ৰ'ম বুকুত
ফুল হৈ ফুলি ৰ'ম বুকুত

প্ৰীয়তমা প্ৰীয়তমা এবাৰ হাঁহি দিয়ানা
জোন হৈ জ্বলি ৰ'ম চকুত
প্ৰীয়তমা প্ৰীয়তমা মৰম এধানি লোৱানা
ফুল হৈ ফুলি ৰ'ম বুকুত
তুমি তুমি যেন লাগে নিলিমাৰে সপোন
জুমি জুমি চাঁও মই হিয়াৰে দাপোন
প্ৰীয়তমা প্ৰীয়তমা এবাৰ চাই দিয়ানা
জোন হৈ জ্বলি ৰ'ম চকুত
জোন হৈ জ্বলি ৰ'ম চকুত
প্ৰীয়তমা প্ৰীয়তমা এসাগৰ মৰম লোৱানা
ঢৌ হৈ খেলি ৰ'ম বুকুত
ঢৌ হৈ খেলি ৰ'ম বুকুত

(ৰিমঝিম ৰিমঝিম প্ৰেমৰে টোপাল
শিৰে শিৰে বাঢ়ি আহে প্ৰেমৰে উজাল
হুম হুম হুম হুম কপিচে কাণ
মৰমত তিতিছে হিয়াৰে ৰুমাল)

উৰুৱাই দিয়া প্ৰেমৰে আচল
লিখিযাম তাতে মৰমৰে আখৰ
লিখিযাম তাতে ভালপোৱাৰে আখৰ

উৰুৱাই দিয়া প্ৰেমৰে আচল
লিখিযাম তাতে মৰমৰে আখৰ
লিখিযাম তাতে ভালপোৱাৰে আখৰ
তুমি তুমি যেন লাগে নিলিমাৰে সপোন
জুমি জুমি চাঁও মই হিয়াৰে দাপোন
প্ৰীয়তমা প্ৰীয়তমা এবাৰ চাই দিয়ানা
জোন হৈ জ্বলি ৰ'ম চকুত
জোন হৈ জ্বলি ৰ'ম চকুত
প্ৰীয়তমা প্ৰীয়তমা এসাগৰ মৰম লোৱানা
ঢৌ হৈ খেলি ৰ'ম বুকুত
ঢৌ হৈ খেলি ৰ'ম বুকুত

(গুন গুন কাণে কাণে প্ৰীয়াৰে গান
গুণ গুণ গানে গানে নাচিছে প্ৰাণ
চুন চুন চুন চুন বুকুযে উমান
তেজে তেজে লাজৰে অভিমান)

মন ময়ুৰি হোৱাৰ কলিজাৰে পজাত 
তুমি মই এটি হ'ম মিঠা মিঠা কল্পনাত
তুমি মই আমি হ'ম সপোনৰে মায়াত
মন ময়ুৰি হোৱাৰ কলিজাৰে পজাত 
তুমি মই এটি হ'ম মিঠা মিঠা কল্পনাত
তুমি মই আমি হ'ম সপোনৰে মায়াত
তুমি তুমি যেন লাগে নিলিমাৰে সপোন
জুমি জুমি চাঁও মই হিয়াৰে দাপোন
প্ৰীয়তমা প্ৰীয়তমা এবাৰ হাঁহি দিয়ানা
জোন হৈ জ্বলি ৰ'ম চকুত
জোন হৈ জ্বলি ৰ'ম চকুত
প্ৰীয়তমা প্ৰীয়তমা মৰম অকন দিয়ানা
ফুল হৈ ফুলি ৰ'ম বুকুত
ফুল হৈ ফুলি ৰ'ম বুকুত

KI HABO EI JIBON | ZUBEEN GARG | NAVANITA SARMAH | ASSAMESE SONGS LYRICS

Song:- KI HABO EI JIBAN
Album:- MAHABIR (Hangul Theater 2018-19)
Singer:- ZUBEEN GARG & NAVANITA SHARMA

কি হ'ব এই জীৱন তুমি নহলে
কাৰ বাবে ৰচিৱ সপোন
কি ৰৱ মোৰ বাবে তুমি নহলে
কোন হ'ব এই বুকুৰ আপোন
ৰং বিহিন হৈ ৰৱ আশা বোৰ হিয়াৰে
অৰ্থহিন লাগে সকলো
কি হ'ব এই জীৱন তুমি নহলে
কাৰ বাবে ৰচিৱ সপোন


উকা উদাস লাগে তুমি ন'হলে
নাযাই সময় কাষত তুমি ন'হলে
ৰিঙা উচাস বুকুত তুমি ন'হলে
ইমান কাতৰ লাগে তুমি ন'হলে
কোনে বুজিৱ সচা এই আবেগ
চৌপাসে মোৰ তোমাৰ আবেগ
কি হ'ব এই জীৱন তুমি নহলে
কাৰ বাবে ৰচিৱ সপোন
কি ৰৱ মোৰ বাবে তুমি নহলে
কোন হ'ব এই বুকুৰ আপোন


জীয়াই থাকিম কিদৰে তুমি ন'হলে
কোনে দিৱ মৰম তুমি ন'হলে
ভালপোৱা বুকুৰে হেৰাব তুমি ন'হলে
শুকাই যাব মৰম তুমি ন'হলে
কোনে বুজিৱ সঁচা এই আবেগ
চৌপাসে মোৰ তোমাৰ আবেগ
কি হ'ব এই জীৱন তুমি নহলে
কাৰ বাবে ৰচিৱ সপোন
কি ৰৱ মোৰ বাবে তুমি নহলে
কোন হ'ব এই বুকুৰ আপোন

Friday, August 24, 2018

ONOLE (অনলে)NEEL AKASH ITIHASH THEATER ASSAMESE SONG LYRICS

assamese song lyrics,lyrics,assamese,assamese song,assamese music,assamese lyrics,assamese gospel song lyrics,assamese songs,assamese video song,assamese christian song lyrics,assamese lyrics video,assamese gospel song lyrics video,assamese lyrical,assamese theater songs,zubeen garg assamese songs,assamese lyrical video,assamese video music,assamese new song,old assamese song,assamese song 2018,assamese album song, Nell akash song lyrics, new nwwl akash song lyrics, nell akash, assamese lyrics, neel akash new 2018 song lyrics, anale song lyrics, onole neel akash song lyrics,
Song : Onole
Singer: Neel Akash
Album: Itihas Theater 2018-19
অনলে জ্বলোৱা
জীৱনৰে শাওন বাৰিষাত
আঘাতে শিৰুৱা
বুকুৰে মোৰ তেজাল ধুমুহা
বুকুৰে মনি মোৰ ভনী জনী
তাইৰ উশাহ মোৰ মায়াবিনী
সুখে দুখে লগৰী
প্ৰতি খোজৰ প্ৰভাতী

নাজানিলো নুবুজিলো
কতে কিনো ভূল হল
নাজানিলো নুবুজিলো 
অমানিশা হল
নাজানিলো নুবুজিলো
কতে কিনো ভূল হল
নাজানিলো নুবুজিলো 
অমানিশা হল
নদী বাঢ়ি মোৰ 
চকু পানী হ'ল
মথাউৰি বোৰ চিঙি ভাঙি গ'ল
নদী বাঢ়ি মোৰ 
চকু পানী হ'ল
মথাউৰি বোৰ চিঙি ভাঙি গ'ল
বুকুৰে মনি মোৰ ভনী জনী
তাইৰ উশাহ মোৰ মায়াবিনী
সুখে দুখে লগৰী
প্ৰতি খোজৰ প্ৰভাতী

Tuesday, July 10, 2018

PUTOLA (পুতলা) | Assamese Song Lyrics

Putola assamese song lyrics, Bordoisila Theatre 2018-19, Putola dikshu song lyrics, assamese song lyrics, dikshu song lyrics
Song - Putola
Singer - Dikshu  Lyricist- Abhijeet Bhattacharjya
Music Director- Ajoy Phukon
Music Producer- Palash Gogoi

Dhun dhun gun gun mun mun runjun
Kanmani putola kanpati xunsun
Hiyare junuka bajise junjun
Kunoba ahise sowge bol sun
Putola natun putola
Akhar botara anisa hobala
Xaru xaru sakure ka loi nu saisa
Misik masak hahire kakenu matisa

Voi lage mor dhemali borole
Khang uthe mor xapun borole
Kijani herai rong jibonor
Jodi joli jae ghar xapunor
Vangibo kalija homei moi pagala
Ari thoi najaba dei
Mor putola
Aru ari thoi najaba dei putola
Xaji dim tomaloi moromor bagisa
Suti suti silire bokosat khelisa
Kan kan matere kaloi ador jasisa
Putola natun putola
Akhar botora anisa habola

Bahu din titilu sakulor dharkhar
Bahu por siorilu haruar jatonat
Bisaru akon hahir thikona
Bisaru akibo xukhar alpona
Vangibo kalija homei moi pagala
Ari thoi najaba dei... oi putola

Tata by by nidiba de putola
Nahow j aru moi moromar pagala
Gun gun gan ati gowana putola
Jum jum nas ati nasana putola
Putola natun putola
Akhar botora anisa hobola
Putola natun putola
Akhar botora anisa hobola
Dhun dhun gun gun mun mun runjun
Kanmani putola kanpati xunsun
Hiyare junuka bajise junjun
Kunoba ahise sowge bol sun

Monday, July 09, 2018

O DAUTA SONGS LYRICS

Song - O Dauta
Singer - Zubeen Garg Music Director - Ajoy Phukan Lyrics - Abhijit Bhattacharjya Music Producer - Palash Gogoi

Mone jodi toke sakulo
Nisukai dibane O Dauta
Xapone jodi herai thikana
Bisari dibane O Dauta
Xokot jodi Bixai buku 
Tumio kandibane Dauta
Jibon jodi hae vagarua
Jirabo dibane O Dauta
Ooooo Ooooo Dauta
Khoje khoje tumi mor saya
Xabdar xakh nahoi tomar katha
Oooo Ooooo mor Dauta

Mone jodi toke sakulo
Nisukai dibane O Dauta

Aasru thunuka hol
Smriti bor dhukhar hol
Aasru thunuka hol
Smriti bor dhukhar hol
Nuwaru tanibo dukhar boja
Nuwaru xajibo Premor Poja
Marome jodi bisare aasroi
Tumi dibane O Dauta
Xahakhar jodi hae parajoy
Tumi thakibane  Dauta
Abar matibae Dauta
Kolat lobane mok O Dauta
Hiyakhan jurabane Dauta
Oooo mor Dauta

Xagar khna xukai gol
Megh bor o lukai gol
Xagar khan xukai gol
Megh bor o lukai gol
Jibon marut jolise sita
Napai heno bristir botara
Xukot jodi bikhai buku
Tumio kandibae O Dauta
Jibon jodi hae vagarua
Jirabo dibane O Dauta
Oooo Ooooo Dauta
Khoje khoje tumi mor saya
Ganere xakh nahoi tumar katha
Oooo Ooooo mor Dauta

Mone jodi toke sakulo
Nisukai dibane O Dauta
Xapone jodi herai thikana
Bisari dibane O Dauta